Latest News on Howly

Check out for the latest news on howly along with howly live news at Howly Digital.

Howly news Today

হাউলীৰ বহুকেইজন যুৱ প্ৰতিভাৰ প্ৰশংসনীয় সৃষ্টিৰে মায়াবিনী ফিল্মছৰ "তুমি মোৰ অনুৰাগ"

হাউলীৰ বহুকেইজন যুৱ প্ৰতিভাৰ প্ৰশংসনীয় সৃষ্টিৰে মায়াবিনী ফিল্মছৰ "তুমি মোৰ অনুৰাগ" চুটি ছবিখন যোৱাকালি মুক্তি দিয়া হৈছে। বি.এইচ.কলেজ আৰু হাউলীৰ বিভিন্ন স্থানত দৃশ্যগ্ৰহণ কৰা ছবিখনে ইতিমধ্যে দৰ্শকৰ প্ৰশংসা পাবলৈ সক্ষম হৈছে।

ছবিখন চাবলৈ ক্লিক কৰক https://www.youtube.com/watch?v=6TKWmH1NUp4

 

Tumi Mor Anurag is a saga of love set in the sleepy town of Howly. Anurag is a big city boy who finds himself in the middle of stary eyed students of a small college in town. Out of his many admirers, the adorable Nilanjana peaks his interest the most. Carefree and bubbly, Nilanjana feels like a gush of fresh wind in Anurag's barren life. Come, join us in experiencing this 'Valentines special' love story and see for yourself, how the warmth of love manages to melt even the coldest of hearts if it is honest.

 

Starring - Debojit Bhattacharya, Adrita Parasha Mahanta, Suman Das, Jimani Choudhury

Supporting Cast - Anuradha Swargiary, Paramananda Nath, Hrishikesh Das, Nilkamal Medhi, Chand Power, Nairit Sourabh, Yogesh Arora, Liza Nath, Dipanwita Das ,Hemanga Das

 

Crew Director, Producer & Cinematographer

Sushanta Bhattacharjee

Story, Screenplay & Dialogues Dimpi Saud

Creative Producers

Dimpi Saud Sushanta Bhattacharjee Pragya Subedy

Editor Manabjyoti Baruah

Vocals & Music Bhargav Ojapali

Executive Producer Pragya Subedy

Associate DOP Nilkamal Bob

Background Music Rupjyoti Sarma

Sound Design Nishantt Das

Chief Asst. Director Pragya Subedy

Director’s and Production Assistants Nilkamal Medhi Jubin Saud Make up By M Kashyap Pathak

Dubbing Artist (Guwahati) Swapnil Dutta Kirili Dubbing Studio (Pathshala) Nishantt Nipz Musizone Audio Lab

Catering Rimpi Saud

 

We are Grateful to - Sri Bhushan Chandra Pathak Sir (Principal, BH College) Sultan Ali Ahmed Sir Samin Das Sir Prasanta Rabha Sir Bassar Uddin & Teachers, Staff and Students of B H College, Howly Sri Dipak Das Sri Papori Dewri (Mani Pehi) & Staff Smriti Rekha Dhaba, Howly A Big Thank You to- Sri Anil Kalita Sir (Principal, Howly Senior Secondary School) Teachers & Staff of Howly Senior Secondary School Srimati Malati Saud Rimpi, Rahul & Poli Saud's Residence, Howly Sri Phanindra Talukdar & Srimati Archana Talukdar Raj Pratim Das Kunal Koushik Ganesh Sharma Ting Khong Restaurant Location Partner - Smriti Rekha Dhaba, Howly Ting Khong Restaurant , Howly

 

#lovestory #valentinesday #valentines2024 #assameselovestory #assamesesshortfilm #shortfilm

Vishnu Star XI Bhawanipur Out Post claim the title of champion in the final match held at the Howli Chandibaruah Stadium.

ক্ৰীড়াপ্ৰেমীৰে ভৰি পৰিল হাউলীৰ চণ্ডীবৰুৱা ষ্টেডিয়াম...
হাউলী FINCH-XI CLUB ৰ উদ্যোগত নাৰায়ণ চন্দ্ৰ ঘোষ, গীতাৰাণী ঘোষ, প্ৰদীপ চৌধুৰী আৰু ছহিদ মধু বৈশ্য সোঁৱৰণী Howly Blast Champions Trophy- Season-III
T16 Knockout Cricket Tournament ৰ ফাইনেল খেলৰ উত্তেজনাপূ্ৰ্ণ ক্ৰিকেটৰ সাক্ষী হ'ল অসংখ্য ক্ৰীড়াপ্ৰেমী

টুৰ্ণামেন্টটোৰ Champions ৰ খিতাপ দখল কৰিলে Bishnu Star XI, Bhabanipur outpost দলে 

দলটোৱে- নগদ ষাঠি হাজাৰ টকাৰ লগতে ট্ৰফী লাভ কৰে....আনহাতে MC Blaster, Koyakuchi দলে Runners Up ট্ৰফিৰ লগতে নগদ   পয়ত্ৰিশ হাজাৰ  টকা প্ৰাইজমানি  লাভ কৰে। 


টুৰ্ণামেন্টটোৰ media partner হিচাপে Howly Digital ত ফাইনেল খেলখনৰ পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰিলে বহুতো লোকে....

Kaji Nemu , the state fruit of Assam; Read more

অসমৰ বিভিন্ন অঞ্চলত উৎপাদিত আৰু ২০১৯ চনত ভৌগোলিক স্বীকৃতি লাভ কৰা কাজি নেমুক আজি বিধান সভাৰ বাজেট অধিৱেশনত জাতীয় ফল হিচাপে ঘোষণা কৰা হয়। দৈনন্দিন জীৱনত সকলোৰে খাদ্য তালিকাত অন্তৰ্ভুক্ত কাজি নেমুৰ বৈজ্ঞানিক নাম Citrus limon

#howlydigital

Howly Blast Legue Season-3 ফাইনেল খেল

Howly Blast Legue Season-3 ফাইনেল খেল

অহা ১৩ ফেব্ৰুৱাৰী (মঙ্গলবাৰ)

MC Blaster, Koyakuchi

vs

Bishnu Star XI, Bhabanipur Outpost

১৩ ফেব্ৰুৱাৰী,২০২৪

সময়ঃ দিনৰ ১১ বজাত

অহা ২৪ ফেব্ৰুৱাৰীত হাউলীত পালনাম

অহা ২৪ ফেব্ৰুৱাৰীত হাউলী ৰাস মহোৎসৱ সমিতিৰ উদ্যোগত ময়নবড়ী সত্ৰৰ ডেকা সত্ৰাধিকাৰ ধৰ্মেশ্বৰ অধিকাৰীদেৱৰ পৰিচালনাত হাউলী ৰাস মন্দিৰ প্ৰাঙ্গনত ৰাইজৰ কুশলাৰ্থে পুৱা প্ৰসঙ্গৰ পৰা গধূলিৰ প্ৰসঙ্গলৈ পালনামৰ আয়োজন কৰা হৈছে।

#howlydigital

আজিৰে পৰা আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক বার্ষিক অধিৱেশন।

আজিৰে পৰা আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক বার্ষিক অধিৱেশন।

সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশৰ মাজত ৰঙিয়া মৰানজনাৰ ভৈৰা হাতীখোলা পথাৰত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে অধিৱেশনখন। মহাপুৰুষজনাৰ এক শৰণ নাম- ধৰ্মৰ আদর্শেৰে পৰিচালিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বাৰ্ষিক অধিৱেশনলৈ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটিছে।

অনুষ্ঠানৰ আজি আৰম্ভণি দিনটোত পুৱাৰ ভাগত পৰিৱেশ নিকাকৰণ, প্রাতঃপ্ৰসংগ, গছপুলি ৰোপণ, সেৱা বাহিনীৰ শিবিৰ তোৰন উন্মোচন, মূল তোৰন উন্মোচন, নাম ঘৰৰ তোৰন উন্মোচন আদি বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্য্যসূচী আয়োজন কৰা হয়।

আনহাতে দুপৰীয়া ভাগত স্মৃতিগ্ৰন্থ 'ভকতি সিন্ধু' আৰু অন্যান্য গ্ৰন্থ উন্মোচনৰ লগতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়।

স্মৃতি গ্ৰন্থখনৰ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াই।

অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰী ভৱেন্দ্ৰ নাথ ডেকা, বিজেপিৰ অসম ৰাজ্যিক সভাপতি ভৱেশ কলিতা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, কৃষি মন্ত্ৰী অতুল বৰা সহ সংঘৰ বিভিন্ন বিষয়ববীয়া সকল উপস্থিত থাকি শ্রীমন্ত শংকৰদেৱৰ আদৰ্শৰ ওপৰত আলোকপাত কৰে।

ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাৰ ৰিপৰ্ট।

#howlydigital #jaigurushankar

অহা ২৪ ফেব্ৰুৱাৰীত হাউলীত পালনাম

অহা ২৪ ফেব্ৰুৱাৰীত হাউলী ৰাস মহোৎসৱ সমিতিৰ উদ্যোগত ময়নবড়ী সত্ৰৰ ডেকা সত্ৰাধিকাৰ ধৰ্মেশ্বৰ অধিকাৰীদেৱৰ পৰিচালনাত হাউলী ৰাস মন্দিৰ প্ৰাঙ্গনত ৰাইজৰ কুশলাৰ্থে পুৱা প্ৰসঙ্গৰ পৰা গধূলিৰ প্ৰসঙ্গলৈ পালনামৰ আয়োজন কৰা হৈছে।

#howlydigital

লোকসভা নিৰ্বাচনৰ পিছতে আগষ্ট মাহত পঞ্চায়ত নিৰ্বাচন হ'ব

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দিন সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ মন্তব্য । লোকসভা নিৰ্বাচনৰ পিছতে আগষ্ট মাহত পঞ্চায়ত নিৰ্বাচন হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

হাউলীত পথ দুৰ্ঘটনা: ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন

হাউলীত পথ দুৰ্ঘটনা: ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন
««««««««««««««»»»»»»»»»»»»
হাউলীত আজি পুৱা ৬:৪৫ মান বজাত বৰপেটা ৰোড সংযোগী পথত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ডাম্পাৰৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱাইছে এজন লোকে।

হাউলীৰ শিক্ষাখণ্ডত আজিৰে পৰা সংযোজন হ'ল এটি নতুন নাম ...

Howly Public School

শুভাৰম্ভণী অনুষ্ঠানত স্কুলখন আনুষ্ঠানিকভাৱে শুভাৰম্ভণী কৰে অসম বিধানসভাৰ প্ৰধান সচিব তথা হাউলীৰ সুসন্তান শ্ৰীযুত হেমেন দাসে...

 

Howly Raas Mahotsav Lottery 2024 

The Howly Raas Mahotsav Lottery stands as a venerable institution in Assam's cultural calendar, melding the age-old traditions of the region with the exhilarating unpredictability of a lottery draw. Annually observed during the auspicious Raas Purnima, this festival beckons participants from far and wide, each vying for a chance to claim prestigious prizes.

Deeply rooted in Assam's cultural heritage, the Raas Mahotsav honors the divine love between Lord Krishna and Radha through spirited dance performances, soul-stirring folk music, and communal camaraderie. The introduction of the lottery, designed to support and sustain these cultural festivities, has become an integral component of the celebrations.

 

Throughout its history, rumors have frequently swirled about the magnificent rewards awaiting the fortunate winners. This year, amidst mounting anticipation, whispers circulating in Howly's bustling markets suggest an especially intriguing possibility: word has it that the grand prize for 2024 could potentially be a lavish Jaguar car valued at an astonishing 1 crore rupees!


 

 

Such speculation only serves to heighten the fervor and eagerness surrounding the event, attracting an even larger audience eager to witness the fortunes unfold. For many, the Howly Raas Mahotsav Lottery signifies not only the allure of winning prizes, but also the preservation of cultural customs and the nurturing of communal unity and festivity.

 

As the date of the lottery draw approaches, the atmosphere in Howly is palpably charged with excitement and expectation. Whether or not the rumors of the Jaguar car prove to be accurate, one thing remains certain: the Howly Raas Mahotsav Lottery will endure as a cherished occasion where tradition intertwines with contemporary thrill, uniting people in jubilant revelry.